মহিলা প্ৰ’ হকী লীগত শ্বুট আউটত ভাৰতে জাৰ্মানীক ৩-০ গ’লত পৰাস্ত কৰে

pc.News NCR

মহিলা প্ৰ’ হকী লীগত শ্বুট আউটত ভাৰতে জাৰ্মানীক ৩-০ গ’লত পৰাস্ত কৰে

ৰঙিলী বাৰ্ত্তাসেৱা-   ভুৱনেশ্বৰত অনুষ্ঠিত এফ আই এইচ মহিলা প্ৰ’হকী লীগত ৬০ মিনিটৰ নিয়মীয়া সময়ৰ পিছত দুয়োটা দল ১-১ গ’লত টাই হোৱাৰ পাছত ভাৰতীয় মহিলা হকী দলে শ্বুট আউটত জাৰ্মানীক ৩-০ গ’লত পৰাস্ত কৰে। শ্বুটআউটত ভাৰত প্ৰথম খন মেচ ১-২ গ’লত পৰাজিত হৈছিল। বিশ্বৰ ৯ নম্বৰ ভাৰতে খেলখনৰ পৰা দুটা পইণ্ট লাভ কৰে, যাৰ ভিতৰত আছে এটা বোনাচ পইণ্ট।