মছলাৰ মানদণ্ডৰ পৰীক্ষাগাৰ স্থাপনৰ বাবে গুৱাহাটীত উপযুক্ত ভূমি আৱণ্টন

pc Facebook

মছলাৰ মানদণ্ডৰ পৰীক্ষাগাৰ স্থাপনৰ বাবে গুৱাহাটীত উপযুক্ত ভূমি আৱণ্টন

অনলাইন বাৰ্ত্তাসেৱা – স্পাইচ ব’ৰ্ড ইণ্ডিয়াৰ সৈতে হোৱা এক বৈঠকত অসমত মছলা উৎপাদনৰ পৰিসৰ আৰু সম্ভাৱনা সম্পৰ্কে আলোচনা কৰা হয়। মছলাৰ মানদণ্ডৰ পৰীক্ষাগাৰ স্থাপনৰ বাবে গুৱাহাটীত উপযুক্ত ভূমি আৱণ্টন কৰাৰ উপৰিও, অসম চৰকাৰে অসমত সম্ভাৱ্য মচলাৰ ৰপ্তানিকৰ্তাসকলৰ বাবে এক সন্মিলনৰ আয়োজন কৰিব।