মই এতিয়া আৰু অধিক পৰিশ্ৰম কৰিম: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

Pc Mint

মই এতিয়া আৰু অধিক পৰিশ্ৰম কৰিম: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিনিখন কৃষি আইন প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰাৰ সময়ত কয়, “মই যি কৰিছিলো, মই কৃষকসকলৰ বাবে কৰিছিলো। মই যি কৰি আছোঁ, সেয়া দেশৰ বাবে।” প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়, “আজি মই আপোনালোকক আশ্বাস দিছো যে মই এতিয়া আৰু অধিক পৰিশ্ৰম কৰিম, যাতে আপোনাৰ সপোন, ৰাষ্ট্ৰৰ সপোন বাস্তৱায়িত কৰিব পৰা যায়।”