মই এই চিনেমাখন কৰিব নালাগিছিলঃ চাহিল বৈদ

pc Zoom News

মই এই চিনেমাখন কৰিব নালাগিছিলঃ চাহিল বৈদ

অনলাইন বাৰ্ত্তাসেৱা – শেহতীয়াকৈ মুক্তি লাভ কৰা ছবি ‘শ্বেৰশাহ’ত বিক্ৰম বাত্ৰাৰ শ্ৰেষ্ঠ বন্ধু ‘ছানী’ হিচাপে দেখা পোৱা অভিনেতা চাহিল বৈদে কয় যে তেওঁ অনিচ্ছা স্বত্বেও ছবিখন কৰিছিল। তেওঁ লগতে কয়, “মই বুজি পাইছিলো যে এইটো এটা অতি সৰু ভূমিকা।” তেওঁ কয়, “এতিয়া মই অনুভৱ কৰিছো যে মই এই চিনেমাখন কৰিব নালাগিছিল, মানুহে মই ছবিখনত কি কৰিছো সেই বিষয়ে উল্লেখ নাই।”

(UD.)