ভাৰোত্তোলক গুৰুৰাজাৰ ব্ৰঞ্জৰ পদক অৰ্জন

Pc India Today

ভাৰোত্তোলক গুৰুৰাজাৰ ব্ৰঞ্জৰ পদক অৰ্জন

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰোত্তোলক গুৰুৰাজা পূজাৰীয়ে কমনৱেলথ গেমছ (চিডব্লিউজি) ২০২২ ত পুৰুষৰ ৬১ কিলোগ্ৰাম শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে। গুৰুৰাজাই মুঠ ২৬৯ (১১৮+১৫১)কিলোগ্ৰাম উত্তোলনৰ সৈতে ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল। গুৰুৰাজাই গোল্ড কোষ্টত চিডব্লিউজি ২০১৮ ত ৰূপৰ পদক লাভ কৰিছিল।