ভাৰতীয় আৰ্চাৰ অতনুৱে দুবাৰকৈ অলিম্পিক চেম্পিয়ন ওহ জিন-হাইকক পৰাস্ত কৰি টকিঅ’ গেমছত ৰাউণ্ড অফ ১৬ ত উপনীত হয়

pc NDTV Sports

অনলাইন বাৰ্ত্তাসেৱা – ভাৰতীয় আৰ্চাৰ অতনু দাসে বৃহস্পতিবাৰে টকিঅ’ গেমছত দুবাৰকৈ অলিম্পিক চেম্পিয়ন দক্ষিণ কোৰিয়াৰ ওহ জিন-হাইকক পৰাস্ত কৰি ৰাউণ্ড অফ ১৬ ত উপনীত হবলৈ সক্ষম হয়। স্কোৰ ৫-৫ ত টাই হোৱাৰ পিছত ২৯ বছৰীয়া আৰ্চাৰগৰাকীয়ে শ্ব ুট-অফত ওহ জিন-হাইকক পৰাস্ত কৰে। অতনুৱে শনিবাৰে ১৬ ৰাউণ্ডত জাপানৰ খেলুৱৈ তাকাহাৰু ফুৰুকাৱাৰ মুখামুখি হ’ব।

(UD.)