ভাৰতীয় মহিলা হাৰমিলান বেইন্সৰ ১৯ বছৰ পুৰণি অভিলেখ ভংগ

pc- the indian express

ভাৰতীয় মহিলা হাৰমিলান বেইন্সৰ ১৯ বছৰ পুৰণি অভিলেখ ভংগ

অনলাইন বাৰ্ত্তাসেৱা- পঞ্জাৱৰ ২৩ বছৰীয়া হৰমিলন কৌৰ বেইন্স ১,৫০০ মিটাৰ দৌৰা দ্ৰুততম ভাৰতীয় মহিলা হৈ পৰিছে। তেওঁ ৱাৰাংগলত অনুষ্ঠিত ৬০ তম ৰাষ্ট্ৰীয় অপেন এথলেটিকছ চেম্পিয়নশ্বিপত ১,৫০০ মিটাৰ মহিলা প্ৰতিযোগিতাত বিজয়ী হ’বলৈ ৪:০৫:৩৯ ছেকেণ্ড সময় লৈছিল। ২০০২ চনত বুচানত অনুষ্ঠিত এছিয়ান গেমছত সুনীতা ৰাণীয়ে ৪:০৬.০৩ ছেকেণ্ডৰ পূৰ্বৰ অভিলেখ স্থাপন কৰিছিল।

(RT)