ভাৰতীয় ভাৰোত্তোলক বিকাশ ঠাকুৰৰ কমনৱেলথ গেমছৰ পুৰুষৰ ৯৬কেজিৰ ফাইনেলত ৰূপৰ পদক অৰ্জন

Pc Hindustan Times

ভাৰতীয় ভাৰোত্তোলক বিকাশ ঠাকুৰৰ কমনৱেলথ গেমছৰ পুৰুষৰ ৯৬কেজিৰ ফাইনেলত ৰূপৰ পদক অৰ্জন

ৰঙিলী বাৰ্ত্তাসেৱা–  ভাৰতীয় ভাৰোত্তোলক বিকাশ ঠাকুৰে কমনৱেলথ গেমছৰ পুৰুষৰ ৯৬ কেজি ফাইনেলত মুঠ ৩৪৬ কেজি উত্তোলন কৰি ৰূপৰ পদক লাভ কৰে। ২৮ বছৰীয়া বিকাশে স্নেচত ১৫৫ কেজি আৰু ক্লিন এণ্ড জাৰ্কত ১৯১ কেজি উত্তোলন কৰিছিল। ভাৰতে এতিয়ালৈ কমনৱেলথ গেমছ ২০২২ত ভাৰোত্তোলনত ৮টা পদক লাভ কৰিছে, যাৰ ভিতৰত তিনিটা সোণ, তিনিটা ৰূপ আৰু দুটা ব্ৰঞ্জৰ পদক আছে।