কমনৱেলথ গেমছত পুৰুষৰ টেবুল টেনিছত একেৰাহে দ্বিতীয়বাৰৰ বাবে স্বৰ্ণ জয় ভাৰতৰ 

Pc Hindustan Times

কমনৱেলথ গেমছত পুৰুষৰ টেবুল টেনিছত একেৰাহে দ্বিতীয়বাৰৰ বাবে স্বৰ্ণ জয় ভাৰতৰ 

ৰঙিলী বাৰ্ত্তাসেৱা-  কমনৱেলথ গেমছ ২০২২ত ভাৰতৰ পুৰুষৰ টেবুল টেনিছ দলে ছিংগাপুৰৰ টেবুল টেনিছ দলক ৩-১ গ’লত পৰাস্ত কৰি প্ৰতিযোগিতাখনত স্বৰ্ণ জয় কৰে। কমনৱেলথ গেমছত পুৰুষৰ টেবুল টেনিছ দলৰ প্ৰতিযোগিতাত এইটো ভাৰতৰ একেৰাহে দ্বিতীয়টো সোণৰ পদক। নাইজেৰিয়াক ৩-০ গ’লত  পৰাস্ত কৰিত ইংলেণ্ডে ব্ৰঞ্জৰ পদক লাভ কৰে।