ভাৰতবৰ্ষৰ নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠান বৰ্জন এআইইউডিএফৰ

ভাৰতবৰ্ষৰ নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠান বৰ্জন এআইইউডিএফৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতবৰ্ষৰ নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠান বৰ্জন কৰিছে এ আই ইউ ডি এফে।ভাৰতৰ মহামহিম ৰাষ্ট্ৰপতিক নিমন্ত্ৰণ নজনোৱাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এ আই ইউ ডি এফে৷বিশেষ ধৰ্মৰ সৈতে সম্পৰ্ক থকা চেঙ্গলৰ প্ৰতীক ব্যৱহাৰত আপত্তি কৰিছে এ আই ইউ ডি এফে৷ কাৰাগাৰৰ পৰা ব্ৰিটিছক মাফিনামা দি মুক্তি পোৱা হিন্দুত্ববাদী নেতা ছাবাৰকাৰৰ জন্মদিনৰ সৈতে সম্পৰ্ক ৰাখি এই ভৱনৰ উদ্বোধনত তীব্ৰ বিৰোধিতা এ আই ইউ ডি এফৰ।