ভাৰতত ৯০ হাজাৰতকৈও অধিক লোক নতুনকৈ কৰ’নাত সংক্ৰমিত 

Pc- The Conversation

ভাৰতত ৯০ হাজাৰতকৈও অধিক লোক নতুনকৈ কৰ’নাত সংক্ৰমিত 

ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত নতুনকৈ ৯০,৯২৮ জন লোক কৰ’না ভাইৰাছত সংক্ৰমিত হৈছে। দেশখনত নতুনকৈ ৩২৫ জন লোক কৰ’না সংক্ৰমণৰ ফলত মৃত্যু হৈছে। আনহাতে ভাৰতত বৰ্তমান ২,৮৫,৪০১টা সক্ৰিয় ঘটনা আছে। ভাৰতত দৈনিক পজিটিভৰ হাৰ ৬.৪৩%লৈ বৃদ্ধি পাইছে।