ভাৰতত ৬,৫৬১ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত 

pc Sanofi

ভাৰতত ৬,৫৬১ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত 

ৰঙিলী বাৰ্ত্তাসেৱা-  স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ৬,৫৬১জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে।আৰু নতুনকৈ ১৪২ জন লোকৰ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে। দেশত মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা ৫,১৪,৩৮৮ জনলৈ বৃদ্ধি হৈছে। আনহাতে ভাৰতত বৰ্তমান ৭৭,১৫২ টা সক্ৰিয় ঘটনা আছে।