ভাৰতত ৩০,৬১৫ জন লোক কৰ’নাত আক্ৰান্ত

pc. Twitter

ভাৰতত ৩০,৬১৫ জন লোক কৰ’নাত আক্ৰান্ত

ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ঘণ্টাত ৩০,৬১৫ জন লোক কৰ’নাত আক্ৰান্ত হৈছে। যোৱা ২৪ঘণ্টাত ৫১৪ জনলোকৰ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে।দৈনিক পজিটিভৰ হাৰ ২.২৩% ৰ পৰা ২.৪৫% লৈ বৃদ্ধি হৈছে। আনহাতে ভাৰতত বৰ্তমান ৩,৭০,২৪০ টা সক্ৰিয় ঘটনা আছে।