ভাৰতত ২৭ হাজাৰ লোক কৰ’নাত আক্ৰান্ত

pc. CAS

ভাৰতত ২৭ হাজাৰ লোক কৰ’নাত আক্ৰান্ত

ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি  ভাৰতত যোৱা ২৪ ঘণ্টাত ২৭,৪০৯ জন লোক কৰ’নাত আক্ৰান্ত হৈছে।আৰু যোৱা ২৪ঘণ্টাত ৩৪৭ জন লোকৰ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে। দৈনিক পজিটিভৰ হাৰ ২.২৩% লৈ হ্ৰাস পাইছে। আনহাতে ভাৰতত বৰ্তমান ৪,২৩,১২৭টা সক্ৰিয় ঘটনা আছে।