ভাৰতত ২২৩ জন লোকৰ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু

PcBNO News

ভাৰতত ২২৩ জন লোকৰ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা-  স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ৭,৫৫৪ জন লোক কৰ’নাত নতুনকৈ আক্ৰান্ত হৈছে। আৰু দেশখনত নতুনকৈ কৰ’নাত আক্ৰান্ত হৈ ২২৩ জন লোকৰ মৃত্যু হৈছে। যাৰ ফলত ভাৰতত মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা ৫,১৪,২৪৬ জনলৈ বৃদ্ধি পাইছে।আনহাতে ভাৰতত ৮৫,৬৮০টা সক্ৰিয় ঘটনা আছে।এতিয়ালৈকে ৪.২ কোটিৰো অধিক লোক সুস্থ হৈছে।