ভাৰতত ১৫হেজাৰ লোক নতুনকৈ কৰʼনাত সংক্ৰমিত

Pc- The New York Times

ভাৰতত ১৫হেজাৰ লোক নতুনকৈ কৰʼনাত সংক্ৰমিত

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতত যোৱা ২৪ ঘণ্টাত নতুনকৈ ১৫,৭৮৬ জন লোক কৰʼনাত সংক্ৰমিত হৈছে। ভাৰতত নতুনকৈ ২৩১ জন লোকৰ মৃত্যু হৈছে। দেশত কৰʼনাৰ ফলত মুঠ ৪,৫৩,০৪২ জন লোকৰ মৃত্যু হৈছে। ভাৰতত মুঠ ৩,৪১,৪৩,২৩৬জন লোক এতিয়ালৈ কৰʼনাত সংক্ৰমিত হৈছে। ভাৰতত ১,৭৫,৭৪৫টা সক্ৰিয় ঘটনা আছে।