ভাৰতত বৃদ্ধি কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা

Pc- The Lancet

ভাৰতত বৃদ্ধি কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা

ৰঙিলী বাৰ্ত্তাসেৱা– ভাৰতত যোৱা ২৪ ঘণ্টাত ১,১৭,১০০ জন লোক কৰ’নাত আক্ৰান্ত হৈছে। দেশখনত নতুনকৈ ৩০২ জনলোকৰ কৰ’না সংক্ৰমণৰ ফলত মৃত্যু হৈছে। যাৰ ফলত দেশত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৪,৮৩,১৭৮ জনলৈ বৃদ্ধি হয়। ৩০,৮৩৬ জন লোক কৰ’না সংক্ৰমণৰ পৰা নতুনকৈ সুস্থ হৈ উঠিছে। ভাৰতত বৰ্তমান ৩,৭১,৩৬৩ টা সক্ৰিয় ঘটনা আছে।