ভাৰতত নতুন ২৮৯ জন লোকৰ নতুনকৈ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু

pc mayo clinic

ভাৰতত নতুন ২৮৯ জন লোকৰ নতুনকৈ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা-  স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত নতুনকৈ ৫,৯২১জন লোক কৰ’নাত আক্ৰান্ত হৈছে। দেশখনত নতুনকৈ ২৮৯ জন লোকৰ নতুনকৈ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে। ভাৰতত কৰ’নাত আক্ৰান্ত হৈ মুঠ মৃত্যু হোৱা লোকৰ সংখ্যা ৫,১৪,৮৭৮ জনলৈ বৃদ্ধি হৈছে। আনহাতে ভাৰতত ৬৩,৮৭৮ টা সক্ৰিয় ঘটনা আছে।