আলিয়া ভট্টৰ ‘গঙ্গুবাই কাঠিয়াৱাড়ী’ৰ বিশ্বজুৰি ১০০ কোটি উপাৰ্জন 

pc Hindustan Times

আলিয়া ভট্টৰ ‘গঙ্গুবাই কাঠিয়াৱাড়ী’ৰ বিশ্বজুৰি ১০০ কোটি উপাৰ্জন 

ৰঙিলী বাৰ্ত্তাসেৱা-  আলিয়া ভট্ট অভিনীত ‘গঙ্গুবাই কাঠিয়াৱাড়ী’য়ে মুক্তিৰ প্ৰথম সপ্তাহত বিশ্বজুৰি ১০০ কোটিৰ সীমা অতিক্ৰম কৰিছে। ছবিখনে বিশ্বব্যাপী বক্স অফিচত এতিয়ালৈকে 108.3 কোটি টকা উপাৰ্জন কৰিছে, ভাঞ্চালী প্ৰডাকচনে শ্বেয়াৰ কৰিছে। চলচ্চিত্ৰ বাণিজ্য বিশ্লেষকৰ মতে, সঞ্জয় লীলা ভাঞ্চালী পৰিচালিত ছবিখনে এতিয়ালৈকে ভাৰতত 68.93 কোটি টকা উপাৰ্জন কৰিছে।