ভাৰতত নতুনকৈ ৮হেজাৰ লোক কৰ’নাত সংক্ৰমিত 

Pc CGTN

ভাৰতত নতুনকৈ ৮হেজাৰ লোক কৰ’নাত সংক্ৰমিত 

ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত নতুনকৈ ৮,৫০৩ জন লোক কৰ’নাত নতুনকৈ সংক্ৰমিত হৈছে। ৬২৪ জন লোকৰ নতুনকৈ কৰ’না সংক্ৰমণৰ ফৱত মৃত্যু হৈছে। যাৰ ফলত মুঠ মৃত্যুৰ সংখ্যা ৪,৭৪,৭৩৫ জন লৈ বৃদ্ধি হয়। বৰ্তমান দেশত ৯৪,৯৪৩টা সক্ৰিয় ঘটনা আছে।