ভাৰতত অমিক্ৰণত ৯৬১ জন লোক আক্ৰান্ত

Pc Hindustan Times

ভাৰতত অমিক্ৰণত ৯৬১ জন লোক আক্ৰান্ত

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতত অমিক্ৰণত নতুনকৈ ১৮০ জন লোক আক্ৰান্ত হৈছে। যাৰ ফলত ভাৰতত এতিয়ালৈ অমিক্ৰণত আক্ৰান্ত লোকৰ সংখ্যা ৯৬১ জন লৈ বৃদ্ধি পায়। অমিক্ৰণ প্ৰকাৰটো ২২ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ বিয়পি পৰিছে। দিল্লীত সৰ্বাধিক ২৬৩জন লোক অমিক্ৰণত আক্ৰান্ত হৈছে। আৰু মহাৰাষ্ট্ৰত ২৫২ জন লোক আক্ৰান্ত হৈছে।