ভাৰতত অমিক্ৰণত আক্ৰান্তৰ সংখ্যা ৬৫৩ জনলৈ বৃদ্ধি

Pc. Scroll.in

ভাৰতত অমিক্ৰণত আক্ৰান্তৰ সংখ্যা ৬৫৩ জনলৈ বৃদ্ধি

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতত অমিক্ৰন কোভিড-১৯ প্ৰকাৰত যোৱা ২৪ ঘণ্টাত ৭৫ জন লোক নতুনকৈ আৰু সংক্ৰমিত হৈছে। যাৰ ফলত ভাৰতত অমিক্ৰণত আক্ৰান্ত লোকৰ সংখ্যা ৬৫৩জন লৈ বৃদ্ধি হৈছে। মহাৰাষ্ট্ৰত সৰ্বাধিক ১৬৭ জন লোক অমিক্ৰণত আক্ৰান্ত হৈছে। দিল্লীত ১৬৫ জন,কেৰালাত ৫৭ জন আৰু তেলেংগানা, গুজৰাট , ৰাজস্থান আৰু তামিলনাডুত ক্ৰমান্বয়ে ৫৫, ৪৯, ৪৬ আৰু ৩৪ জন লোক আক্ৰান্ত হৈছে।