ভগৱান ৰাম সমগ্ৰ বিশ্বৰ, কেৱল বিজেপিৰ অথবা আৰ এছ এছৰ নহয়: ফাৰুক আব্দুল্লা

Pc- DNA India

ভগৱান ৰাম সমগ্ৰ বিশ্বৰ, কেৱল বিজেপিৰ অথবা আৰ এছ এছৰ নহয়: ফাৰুক আব্দুল্লা

অনলাইন বাৰ্ত্তাসেৱা-  জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাই হাৰিয়ানাৰ জিন্দত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত ভাষণ দি বিজেপিয়ে ভগৱান ৰামক আচুতীয়াকৈ উপস্থাপন  কৰুবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰি কয়, “ভগৱান ৰাম হৈছে সমগ্ৰ বিশ্বৰ, সকলোৰে ৰাম, কেৱল বিজেপি আৰু আৰ এছ এছৰ নহয়।” “বিজেপিয়ে ভগৱান ৰামক তেওঁলোকৰ বাবে কৰি তুলিছে, যেন তেওঁ কেৱল তেওঁলোকৰ বাবেহে, আন কাৰো বাবে নহয়,” তেওঁ প্ৰকাশ কৰে।