ভগৱন্ত মানে পঞ্জাৱৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে

pc The Hindu

ভগৱন্ত মানে পঞ্জাৱৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে

ৰঙিলী বাৰ্ত্তাসেৱা-  ভগৱন্ত মানে স্বাধীনতা সংগ্ৰামী ভগত সিঙৰ পৈতৃক গাওঁ খাটকাৰ কলনত পঞ্জাৱৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। দিল্লীৰ মুখ্যমন্ত্ৰী আৰু আম আদমী পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল আৰু দলৰ আন জ্যেষ্ঠ নেতাসকল শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত আছিল। ১১৭ আসনৰ পঞ্জাৱ বিধানসভাত আম আদমী পাৰ্টীয়ে ৯২ খন আসন লাভ কৰিছিল।