বৰপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ভৈৰৱ সন্দিকৈৰ দেহাৱসান

বৰপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ভৈৰৱ সন্দিকৈৰ দেহাৱসান

মৃগাংক বৰুৱা, গোলাঘাট, ৰঙিলী বাৰ্ত্তাসেৱা-  গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অন্তৰ্গত বৰপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ভৈৰৱ সন্দিকৈৰ দেহাৱসান। যোৱা কালি সন্ধিয়া প্রায় ৭-৫৩ বজাত বৰপথাৰৰ নিজা বাসগৃহত ইহলীলা সম্বৰণ কৰা ভৈৰৱ সন্দিকৈৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰাৰ লগতে তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ।