বিশ্বজুৰি ভাইৰেল হৈ পৰা জনপ্ৰিয় গান ”মানিকে মাগে হিথে”এইবাৰ বলীউডৰ চলচ্চিত্ৰত প্ৰৱেশ চলচ্চিত্ৰ ‘থেং গড’ত অন্তৰ্ভুক্ত হ’ব এই গানটো

বিশ্বজুৰি ভাইৰেল হৈ পৰা জনপ্ৰিয় গান ”মানিকে মাগে হিথে”এইবাৰ বলীউডৰ চলচ্চিত্ৰত প্ৰৱেশ চলচ্চিত্ৰ ‘থেং গড’ত অন্তৰ্ভুক্ত হ’ব এই গানটো

ৰঙিলী বাৰ্ত্তাসেৱা-  বিশ্বজুৰি ভাইৰেল হৈ পৰা জনপ্ৰিয় গান ”মানিকে মাগে হিথে” এইবাৰ বলীউডৰ চলচ্চিত্ৰত প্ৰৱেশ কৰিব।সেই গানটো এইবাৰ গোৱা হ’ব হিন্দীত।চলচ্চিত্ৰ ‘থেং গড’ত অন্তৰ্ভুক্ত হ’ব এই গানটো।”থেং গড”ত এই গানটো অন্তৰ্ভুক্ত হ’লে চলচ্চিত্ৰখনে এটা বিশেষ মাত্ৰা পাব বুলি ধাৰণা কৰা হৈছে।এই ছবিখন অহা বছৰ ছবিগৃহলৈ আহিব। অজয় দেৱগণ, সিদ্ধাৰ্থ মালহোত্ৰা আৰু ৰকুল প্ৰীত সিঙে ইয়াত অভিনয় কৰিছে।’মানিকে মাগে হিথে’ কেৱল শ্ৰীলংকাতে নহয়, বিশ্বৰ বহু দেশৰ লগতে ভাৰততো ৰাতিটোৰ ভিতৰতে জনপ্ৰিয় হৈছিল।