বিজেপিয়ে সোণোৱালক মুৰুগানক ৰাজ্যসভাৰ উপনিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে নামাকৰণ 

pc- The Economic Times

বিজেপিয়ে সোণোৱালক ৰাজ্যসভাৰ উপনিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে নামাকৰণ 

অনলাইন বাৰ্ত্তাসেৱা- বিজেপিয়ে  কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু এল মুৰুগানক ক্ৰমে অসম আৰু মধ্য প্ৰদেশৰ ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰে। অসম আৰু মধ্য প্ৰদেশৰ পৰা প্ৰতিখন ৰাজ্যসভাৰ আসনৰ উপনিৰ্বাচন ৪ অক্টোবৰত অনুষ্ঠিত হ’ব। সোণোৱাল আয়ুষ মন্ত্ৰী আৰু মুৰুগান তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।

 

(RT)