বিজেপিত যোগদান কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদকৰ

Pc The Janambhumi

বিজেপিত যোগদান কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদকৰ

ৰঙিলী বাৰ্ত্তাসেৱা- বিজেপিত যোগদান কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদকৰ। কটন বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ সাধাৰণ সম্পাদক অভিষেক মহন্তই বিজেপিত যোগদান কৰিলে।ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত তেজস্বী সূৰ্যৰ উপস্থিতিত যুৱ মৰ্চাত যোগদান অভিষেক মহন্তৰ। ছাত্রমুক্তি সংগ্রাম সমিতিৰ পৰা নিৰ্বাচনত অৱৰ্তীণ হৈছিল অভিষেক মহন্ত।অভিষেক মহন্তই যোগদান কৰিলে বিজেপিত।উল্লেখযোগ্য যে,কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক অভিষেক মহন্তই বিজেপিত যোগদান কৰাৰ পাছতেই উত্তাল হৈ পৰিছে কটন বিশ্ববিদ্যালয়ৰ চৌহদ। এনে সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে একাংশ কটনিয়ানে।কটনৰ গৰিমাত কলিমা সনা কাৰ্যত ক্ষোভিত কটনিয়ান।তেওঁলোকে কয় যে,‘কটনত বিজেপি নচলিব।’