বিজয় কুমাৰ যাদৱৰ জুডোত ব্ৰঞ্জৰ পদক লাভ

pc- hindustan times

বিজয় কুমাৰ যাদৱৰ জুডোত ব্ৰঞ্জৰ পদক লাভ

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতীয় জুডোকা বিজয় কুমাৰ যাদৱে কমনৱেলথ গেমছৰ ২০২২ ত পুৰুষৰ ৬০কিলোগ্ৰাম শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে।বিজয় কুমাৰে পুৰুষৰ ৬০ কিলোগ্ৰাম জুডো টাইত চাইপ্ৰাছৰ পেট্ৰ’ছ ক্ৰিষ্টোডুলিডক পৰাস্ত কৰি ব্ৰঞ্জ লাভ কৰিছিল।শুচিলা দেৱীৰ ৰূপৰ পিছত চলিত খেলসমূহত এইটো জুডোত ভাৰতৰ দ্বিতীয় পদক।