কমনৱেলথ গেমছৰ জুডোত ভাৰতীয় জুডোকা শুচিলাৰ ৰূপৰ পদক লাভ

Pc Hindustan Times

কমনৱেলথ গেমছৰ জুডোত ভাৰতীয় জুডোকা শুচিলাৰ ৰূপৰ পদক লাভ

ৰঙিলী বাৰ্ত্তাসেৱা- জুডোকা শুশিলা দেৱীয়ে  কমনৱেলথ গেমছৰ ইতিহাসত জুডোত একাধিক পদক অৰ্জন কৰা প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হয়। ভাৰতীয় জুডোকা এল শুচিলা দেৱীয়ে মহিলাৰ ৪৮কেজি শাখাত ৰূপৰ পদক লাভ কৰে। ৪৮কেজি শাখাৰ ফাইনেলত দক্ষিণ আফ্ৰিকাৰ মাইকেলা হোৱাইটবুইৰ হাতত পৰাস্ত হোৱাৰ পিছত ২৭ বছৰীয়া যুৱতীগৰাকীয়ে চিডব্লিউজি ২০২২ ত ৰূপৰ পদক অৰ্জন কৰে। শুচিলাই কমনৱেলথ গেমছ২০১৪ ত ৰূপৰ পদক লাভ কৰিছিল।