পৰ্যটকৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ১ অক্টোবৰত মুকলি

Pc- The Sentinel Assam

পৰ্যটকৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ১ অক্টোবৰত মুকলি

অনলাইন বাৰ্ত্তাসেৱা- পৰ্যটকৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ১ অক্টোবৰৰ পৰা মুকলি কৰা হʼব। কাজিৰঙা ৰেঞ্জ, কঁহৰা ৰেঞ্জ আৰু পশ্চিম ৰেঞ্জত পর্যটকে কেৱল জীপ ছাফাৰিহে কৰিব পাৰিব। পশ্চিম অসম বন্যপ্রাণী সংমণ্ডলৰ বন সংমণ্ডল বিষয়াই প্ৰকাশ কৰিছে যে প্রথম অৱস্থাত পৰ্যটকৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখন আংশিক ৰূপত খোলা হʼব।