প্ৰধানমন্ত্ৰী মোডীয়ে ৫০ তম বিজয় দিৱসত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত দৰ্শনাৰ্থীৰ কিতাপত স্বাক্ষৰ কৰে

PC ANI NEWS

প্ৰধানমন্ত্ৰী মোডীয়ে ৫০ তম বিজয় দিৱসত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত দৰ্শনাৰ্থীৰ কিতাপত স্বাক্ষৰ কৰে

ৰঙিলী বাৰ্ত্তাসেৱা-   প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৫০ তম বিজয় দিৱস উপলক্ষে দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত দৰ্শনাৰ্থী গ্ৰন্থত স্বাক্ষৰ কৰে। তেওঁ কয়, “মই ১৯৭১ চনৰ যুদ্ধৰ যোদ্ধাসকলক অভিবাদন জনাইছো, যিসকল সাহসী যোদ্ধাই বীৰত্বৰ অতুলনীয় কাহিনী লিখিছিল, তেওঁলোকক লৈ গৌৰৱান্বিত।” প্ৰধানমন্ত্ৰীয়ে টুইট যোগে কয়, “মই মুক্তিজোদ্ধা, বিৰঙ্গনা আৰু ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সাহসী সকলৰ মহান বীৰত্বৰ কথা মনত পেলাইছো।”