প্ৰধানমন্ত্ৰীৰ ‘মন কী বাত’ অনুষ্ঠান উপলক্ষে বিহপুৰীয়া গ্ৰাম্য মণ্ডলৰ ২১ নং বুথত আয়োজিত দলীয় অনুষ্ঠানত অমিয় কুমাৰ ভূঞাৰ অংশগ্রহণ

প্ৰধানমন্ত্ৰীৰ ‘মন কী বাত’ অনুষ্ঠান উপলক্ষে বিহপুৰীয়া গ্ৰাম্য মণ্ডলৰ ২১ নং বুথত আয়োজিত দলীয় অনুষ্ঠানত অমিয় কুমাৰ ভূঞাৰ অংশগ্রহণ

ৰঙিলী বাৰ্ত্তাসেৱা-   এক ভাৰত শ্ৰেষ্ঠ ভাৰত ।ভাৰত বৰ্ষৰ যশস্বী প্ৰধান মন্ত্ৰী ৰাষ্ট্ৰীয় জনপ্ৰিয় নেতা সন্মানীয় শ্ৰী যুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশবাশীক সম্বোধন কৰা প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টী বিহপুৰীয়া গ্ৰাম্য মণ্ডলৰ অন্তৰ্গত 21 নং বুথৰ বান্দৰ দেৱা উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত থাকে বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক মাননীয় অমিয় কুমাৰ ভূঞা দেৱ। উপস্থিত থাকি দলীয় কাৰ্য কৰ্তা সকলৰ লগত শ্ৰবন কৰে।আৰু বুথৰ অন্তৰ্গত ঠাই সমূহৰ অভাৱ অভিযোগ সম্পৰ্কে স্থানীয় ৰাইজৰ লগত আলোচনা কৰে । উক্ত কাৰ্য সূচীত অসম পেট্ৰকেমিকেলছ নিগমৰ অধক্ষ বিকুল ডেকা ডাঙৰীয়া উপস্থিত থাকে ।