প্রণামো তোমাক — ৰাজলক্ষ্মী বৰঠাকুৰ,গোলাঘাট

pc-time8

প্রণামো তোমাক

হে শিল্পী জনালোঁ
তোমাক শতকৌটি প্রণাম ,
আজি এই শুভ ক্ষণত
জনম লভি ধন্য কৰিছিলা
অসম মাতৃক ,
গীত,কবিতা ,আৰু নাটকেৰে
বিশ্ব দৰবাৰত জিলিকালা
অসম মাতৃক,
হে মহান শিল্পী
আজি শুভ লগনত
জনালোঁ তোমাক প্রণতি।
ৰাজলক্ষ্মী বৰঠাকুৰ
দেৱৰাজ ৰয় মহাবিদ্যালয় গোলাঘাট