পুৰুষৰ এছিয়ান চেম্পিয়নছ ট্ৰফী হকীত ভাৰতৰ ব্ৰঞ্জ জয়

pC fREE.press journal

পুৰুষৰ এছিয়ান চেম্পিয়নছ ট্ৰফী হকীত ভাৰতৰ ব্ৰঞ্জ জয়

ৰঙিলী বাৰ্ত্তাসেৱা- ২০২১ চনত বাংলাদেশত অনুষ্ঠিত পুৰুষ এছিয়ান চেম্পিয়নছ ট্ৰফী হকীত ভাৰতে তৃতীয় স্থানৰ প্লে অফত পাকিস্তানক ৪-৩ গ’লত পৰাস্ত কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰে। প্ৰতিযোগিতাখনত পাকিস্তানৰ বিৰুদ্ধে এইটো ভাৰতৰ দ্বিতীয় বিজয় আছিল। লক্ষণীয়ভাৱে, ২০১৮ চনত অনুষ্ঠিত হোৱা পুৰুষৰ এছিয়ান চেম্পিয়নছ ট্ৰফীৰ পূৰ্বৱৰ্তী সংস্কৰণৰ যুটীয়া বিজয়ী আছিল ভাৰত আৰু পাকিস্তান।