পঞ্জাৱ বিজেপিৰ মুৰব্বী অশ্বনী শৰ্মা পাঠানকোট আসনৰ পৰা জয়ী
ৰঙিলী বাৰ্ত্তাসেৱা- পঞ্জাৱ বিজেপিৰ মুৰব্বী অশ্বনী শৰ্মাই পাঠানকোট বিধানসভা আসনৰ পৰা জয়লাভ কৰি কংগ্ৰেছ প্ৰাৰ্থী তথা বৰ্তমানৰ বিধায়ক অমিত ভিজক ৭,৭৫৯ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে। আম আদমী পাৰ্টীয়ে সংখ্যাগৰিষ্ঠতাৰ সীমা অতিক্ৰম কৰাৰ পিছত পঞ্জাৱত চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে।
