মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে তেওঁৰ গৃহ সমষ্টি হেইংগাঙৰ পৰা জয়লাভ কৰে

pcThe Quint

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে তেওঁৰ গৃহ সমষ্টি হেইংগাঙৰ পৰা জয়লাভ কৰে

ৰঙিলী বাৰ্ত্তাসেৱা-   মণিপুৰৰ মুখ্যমন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) নেতা Nongthombam Biren Singh য়ে ৰাজ্যখনৰ পূব ইম্ফল জিলাৰ তেওঁৰ গৃহ সমষ্টি হেইংগাঙৰ পৰা জয়লাভ কৰিছে। সিঙে মুঠ ভোটৰ ৭৮.৫৪% লাভ কৰে আৰু কংগ্ৰেছৰ পাংগেইজাম শৰৎচন্দ্ৰ সিঙক ১৮,২৭১টা ভোটত পৰাজিত কৰে।