ন্যায়াধীশ উদয় উমেশ ললিতক ভাৰতৰ ৪৯ তম মুখ্য ন্যায়াধীশ নিযুক্তি

Pc Mint

ন্যায়াধীশ উদয় উমেশ ললিতক ভাৰতৰ ৪৯ তম মুখ্য ন্যায়াধীশ নিযুক্তি

ৰঙিলী বাৰ্ত্তাসেৱা- বিদায়ী চি জে আই এন ভি ৰমনাই দিয়া পৰামৰ্শ গ্ৰহণ কৰি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ন্যায়াধীশ উদয় উমেশ ললিতক ৪৯ সংখ্যক ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিছে। ভাৰতৰ ৪৮ সংখ্যক মুখ্য ন্যায়াধীশ ৰমনাই ২৬ আগষ্টত অৱসৰ গ্ৰহণ কৰিব।২০১৪ চনত উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল ন্যায়াধীশ ললিত।১৯৮৩ চনৰ জুন মাহত তেওঁ অধিবক্তা হিচাপে নামভৰ্তি কৰিছিল। ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল ন্যায়াধীশ ললিত।১৯৮৩ চনৰ জুন মাহত তেওঁ অধিবক্তা হিচাপে নামভৰ্তি কৰিছিল।