গোৱাত নৌসেনাৰ অনুমোদন অবিহনে চলা ড্ৰোনবোৰ নিষ্ক্ৰিয় হ’ব

pc Statesman

অনলাইন বাৰ্ত্তাসেৱা – ভাৰতীয় নৌসেনাই গোৱাত নৌ-প্ৰতিষ্ঠানৰ পৰিধিৰ পৰা তিনি কিলোমিটাৰ এলেকাৰ চাৰিওফালে উৰি থকা ড্ৰোন নিষ্ক্ৰিয় কৰিব কিয়নো ইয়াক ‘নো-ফ্লাই জোন’ (No Fly Zone) হিচাপে মনোনীত কৰা হৈছে। ভাৰতীয় নৌসেনাই আগতীয়া অনুমোদন অবিহনে নিষিদ্ধ এলেকাত উৰি থকা যিকোনো এৰিয়েল ড্ৰোন বা নামহীন বাহন জব্দ বা ধ্বংস কৰাৰ অধিকাৰ সন্নিৱিষ্ট কৰিছে, এক চৰকাৰী প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে।

(UD.)