নুৰিয়াই বান্ধিলো- মাধুৰী শৰ্মা সভাপণ্ডিত

Pc The janambhumi

নুৰিয়াই বান্ধিলো

শেষ আঘোণৰ হাঁহিত
শুকান চোতালত
ন ধানৰ গোন্ধ,
আকালৰ আতালত
নুৰিয়াই বান্ধিলো
মেটমৰা সুখ
চৌদিশে যৌৱনা সপোন।

মাধুৰী শৰ্মা সভাপণ্ডিত