নতুনকৈ আৱিষ্কাৰ হোৱা বৰ্ণসংকৰ অজগৰে ফ্লৰিডাৰ দ্বীপ এভাৰগ্লেডচলৈ ভাবুকি আনিছে- ড০ ৰাস্না ৰাজখোৱা

Pc LiveScience

নতুনকৈ আৱিষ্কাৰ হোৱা বৰ্ণসংকৰ অজগৰে ফ্লৰিডাৰ দ্বীপ এভাৰগ্লেডচলৈ ভাবুকি আনিছে

হৰিডাৰ দক্ষিণ অঞ্চলত নতুনকৈ আবিষ্কৃত হোৱা বৰ্ণসংকৰ অাৰ (Hybrid Pythons] অবর্ণসংকৰ অম্লগৰতকৈ যথেষ্ট শক্তিশালী আৰু তাৰ পৰিৱেশৰ বাবে বেছি উপযোগী। এই বিচিত্র অজাৰ জিদীয়ভাৱে ক’বলৈ গ’লে ব্ৰহ্মদেশীয় অঞ্জনৰ (Python bivittatus)। এই সাগবোৰ ১৯৮০ চনত ইৰিডালৈ আকর্ষণ আৰু সৌন্দৰ্যৰ বাবে অনা হৈছিল আৰু অৰণ্য অঞ্চলভ এৰি দিয়া হৈছিল। তেতিয়াৰ পৰা ব্ৰদ্ৰদেশৰ অজাৰৰ সংখ্যা বহুত বেছি বৃদ্ধি হয় আৰু সৰু স্তন্যপায়ী প্রাণীবোৰৰ জীয়াই থকাৰ কাৰণে যুদ্ধ আৰম্ভ হয়।

১৯ আগষ্টত Ecology and Evolution মার্নেগত প্রকাশ হোৱা এটা প্ৰৱন্ধত প্ৰকাশ কৰিছে যে শেহতীয়া অধ্যয়নত গম পোৱা গৈছে কিছুমান ব্ৰহ্ম দেশৰ অজগৰে আন অজগৰৰ জিনীয় অৱশেষ কঢ়িয়াইছে আৰু অন্য এটা সুস্পষ্ট প্রস্তাতি, মজবুত বৰ্ণসংকৰলৈ ৰূপান্তৰিত হৈছে।

গবেষকৰ দল এটাই এভাৰয়েডচকে ধৰি হৰিডাৰ দক্ষিণাঞ্চলৰ পৰা ২০০১ চনৰ পৰা ২০১২ চনৰ ভিতৰত সংগ্ৰহ কৰা ৪২৬ টা অক্ষনীয় অভাগrৰ দেৱাৰ কলা (1issue) বিশ্লেষণ কৰোতে অজ্ঞাৰৰ বৰ্ণনংকৰ প্ৰজাতি চিনাক্ত কৰে। বিজ্ঞানীদলটোৱে ১৩ টা সাগত ভাৰতীয় অজাৰৰ (Python molurus) মাইট্রকীয়েল ডি এন এস (DNA) জনীয় অৱশেষৰ স্বাক্ষৰ নায়, যিটো মাতৃৰ পৰা সহানলৈ যায়। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে নতুন বিপদজ্জনক বৰ্ণসংকৰ প্ৰজাতি হঠাতে হৰিডাৰ কাৰণে আতংকৰ কাৰণ হৈছে। গবেষকসকলে ভাবে অজগৰৰ কৰ্ণসংকৰ প্ৰজাতি বহুত দিনৰ আগৰ পৰাই বংশ বৃদ্ধি হৈ আছে।

দুইটা প্ৰজাতিৰ শক্তিশালী ডিনীয় সংযোজনৰ পৰা সৃষ্টি হোৱা শক্তিশালী বর্ণসংকৰ অম্লগৰ যিকোনো পৰিৱেশত আৰু পৰিবৰ্তনশীণ জলবায়ুৰ বাবে উপযোগী। গৱেষকসকলে প্ৰকাশ কৰে যে ভাৰতীয় অফাৰ সাধাৰণতে ওখ আৰু শুষ্ক অঞ্চলন্ত থাকে, আনহাতে ব্ৰহ্মদেশৰ অংগৰ পানীত, নদী কাষৰীয়া হাবিত আৰু মাবিত হোৱা অৰণ্য অঞ্চলত থাকি ভাগ পায়।

মুঠৰ ওপৰত আচস কথাটো হ’ল ব্ৰহ্মদেশৰ অজ্ঞাৰৰ বংশ বৃদ্ধি খুব বেশি হয় আৰু সেইটোৱে আন স্থানীয় প্রাণীবোৰৰ কাৰণে বিপদজ্ঞানক কাৰণ হৈ উঠিছে। দুইটা সালেই দ্রুত গতিত বংশবৃদ্ধি কৰা প্ৰজাতি।

নেচনেল ডিঅ’গ্ৰাফিকৰ মতে ব্ৰদেশৰ অজগৰ দক্ষিণ-পূর এদীয় দুপৰ আৰু ইয়াৰ বৃদ্ধি ২৩ ফুট পর্যন্ত (৭ মিটাৰ) আৰু ওজন ২০০ পাউণ্ড (১১ কিলোগ্লাম)। সৰীমূদ স্বাধীকাৰী সকলৰ বাবে এই ডাঙৰ সাগবোৰ বেধি আকর্ষণী হয়। ভাৰতীয় অাৰ ব্ৰহ্মদেশীয় অস্ত্রগৰতকৈ সৰু আৰু দ্রুতবেগী। ইহঁতবোৰ ভাৰত, শ্রীলংকা, পাকিস্তান আৰু সেখাপ মূলন।

ড০ ৰাস্না ৰাজখোৱা
জামুগুৰিহাট, শোণিতপুৰ, অসম-784180
ফোন নং–9854492326