তালিবানৰ ভাৰতৰ দ্বাৰা প্ৰেৰণ কৰা ঘেঁহুৰ প্ৰশংসা

pc The Economic Times

তালিবানৰ ভাৰতৰ দ্বাৰা প্ৰেৰণ কৰা ঘেঁহুৰ প্ৰশংসা

ৰঙিলী বাৰ্ত্তাসেৱা- তালিবানে পাকিস্তানক আফগানিস্তানলৈ নিম্ন মানদণ্ডৰ ঘেঁহু দান কৰাৰ বাবে সমালোচনা কৰিছে ।আৰু ভাৰতে প্ৰেৰণ কৰা ঘেঁহুৰ মানদণ্ডৰ প্ৰশংসা কৰি ধন্যবাদ জনাইছে। এজন তালিবান বিষয়াই কয়, “পাকিস্তানৰ দ্বাৰা দান কৰা ঘেঁহু পচা আৰু অখাদ্য।” যোৱা মাহত, ভাৰতে খাদ্যৰ অভাৱ দূৰ কৰাত সহায় কৰিবলৈ আফগানিস্তানলৈ প্ৰায় 2,500 টন ঘেঁহুৰ সৈতে 50 খন ট্ৰাক প্ৰেৰণ কৰিছিল।