টকিঅ’ পেৰালিম্পিকত মৰিয়াপ্পান আৰু শৰদ কুমাৰে অৰ্জন কৰে ক্ৰমে ৰূপৰ পদক আৰু ব্ৰঞ্জৰ পদক

টকিঅ’ পেৰালিম্পিকত মৰিয়াপ্পান আৰু শৰদ কুমাৰে অৰ্জন কৰে ক্ৰমে ৰূপৰ পদক আৰু ব্ৰঞ্জৰ পদক

অনলাইন বাৰ্ত্তাসেৱা – টকিঅ’ পেৰালিম্পিকত পুৰুষৰ টি-৬৩ ফাইনেলত ভাৰতীয় হাই জাম্পাৰ মাৰিয়াপ্পান থাংগেভেলু আৰু শৰদ কুমাৰে ক্ৰমে ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰিছিল। দুয়োজন খেলুৱৈয়ে ফাইনেলত তেওঁলোকৰ ছিজনৰ সৰ্বশ্ৰেষ্ঠ জাম্প ৰেকৰ্ড কৰিছিল, মাৰিয়াপ্পানে ১.৮৬ মিটাৰ জঁপিয়াইছিল আৰু শৰদে ১.৮৩ মিটাৰ জঁপিয়াইছিল। চলিত পেৰালিম্পিকত ভাৰতে এতিয়ালৈ অৰ্জন কৰিছে ১০ টা পদক।

(UD.)