জন্ম দিনৰ দিনা বিনামূলীয়া চিকিৎসালয়ৰ বিচনা আৰু শিক্ষাৰ্থীসকলৰ বাবে বৃত্তি বিচাৰে চনু সুদে

pc FilmiBeat

অনলাইন বাৰ্ত্তাসেৱা – অভিনেতা চনু সুদে এই বছৰ তেওঁৰ জন্মদিনৰ দিনা তেওঁৰ আশা প্ৰকাশ কৰে। “[মই বিচাৰো] চিকিৎসালয়ত কমেও ১০০০-১৫০০ বিনামূলীয়া বিচনা থাকিব, আৰু মোৰ পৰৱৰ্তী জন্মদিনলৈ শিক্ষাৰ্থীসকলৰ বাবে দহগুণ অধিক বৃত্তি থাকিব,” চনুৱে উল্লেখ কৰে। চনুৱে লগতে কয়, “মই মোৰ মা-দেউতাক অনুপস্থিতি অনুভৱ কৰিছো। তেওঁলোক এতিয়া নাই গতিকে মোৰ জন্মদিন উদযাপন কৰিবলৈ মন নাই।”

(UD.)