চৌদি আৰৱৰ লোহিত সাগৰ চলচ্চিত্ৰ ফেষ্টত ‘৮৩’ৰ বিশ্ব প্ৰিমিয়াৰ

Pc india tv times

চৌদি আৰৱৰ লোহিত সাগৰ চলচ্চিত্ৰ ফেষ্টত ‘৮৩’ৰ বিশ্ব প্ৰিমিয়াৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ৰণবীৰ সিং আৰু দীপিকা পাডুকন অভিনীত ‘৮৩’ৰ বিশ্ব প্ৰিমিয়াৰ ১৫ ডিচেম্বৰত চৌদি আৰৱৰ লোহিত সাগৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ উদ্বোধনী সংস্কৰণত অনুষ্ঠিত হ’ব। ১৯৮৩ চনৰ ক্ৰিকেট বিশ্বকাপত ভাৰতৰ জয়ৰ ওপৰত আধাৰিত কবীৰ খানৰ পৰিচালিত ছবিখন মহোৎসৱৰ সমাপ্তি ছবি হ’ব। প্ৰিমিয়াৰত কবীৰ, দীপিকা আৰু কপিল দেৱ উপস্থিত থাকিব।