চিন্তন- অলকা দাস

চিন্তন
আজি যেন তাই অসহায়, আজি যেন তাই ৰ
সকলো ইচ্ছা, সকলো সপোন এৰি
কেৱল তাইৰ জীয়াই থকাৰ হে মাথো চিন্তা
তাই আনৰ জীৱনৰ লগত তাইক কেতিয়াও
তুলনা নকৰে, তাইৰ মূখষ্টিত হাহিটো
ভাঙি যোৱাৰ ভয়ত।
যিটো সুখ আনে হৈত বিলাসী জীৱন যাপনত
বিচাৰি লৈ, কিন্তু তাইৰ সুখ তাই
অসহায় মাতৃ ৰ‌ এক চুম্বনত‌‌ বিচাৰি পায়
যেতিয়া তাই ভয়ত কম্পিত এক চিন্তনৰ ,
‌ ‌ ‌ চকুলো টুকিব,যি চিন্তন,
তাই তাইৰ পৰিয়ালৰ কম্পিত দেহৰ স্পৰ্শ
কৰি অনুভৱ স্তিত হব
এই অসহায় পৰিস্থিতিত ,মাকৰ এটি চুম্বনে
যেন তাইৰ সকোলো সহায়ৰ
পথ মুকলি কৰি তুলিছে।
তাই নিজৰ জীৱনক, আনৰ লগত তুলনা নকৰাৰ
প্ৰশ্নোত্তৰ আজি যেন,,,তাই
‌তাইৰ চকুৰ পলকতে পালে
সঁচাকৈয়ে আজি যেন তাইক দৰিদ্ৰতাৰ ****
‌‌ ভয়ে অতি ওচৰৰ পৰা চুলে_
তাই এই চিন্তনৰ সাগৰ খনিত দুবিও,
‌ তাই তাইৰ জীৱনক **
আনৰ লগত তুলনা নকৰে
কাৰণ তাই জানে,‌তুলনায়ে তাইৰ
মাকৰ চুম্বনক মূল্য হিন প্ৰমাণিত কৰিব
আৰু তাইক এই চিন্তনৰ সাগৰ খনিত,,,
তাই অসহায় হৈ, তাইৰ
‌ মূখষ্টিটো হাহটো অ হেৰুৱাব