চলিত বছৰৰ প্ৰথম ছমাহতে বিদ্যুত বিভাগে সংগ্ৰহ কৰিছে ৩৮০ কোটি টকা-মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

pc DY365

অনলাইন বাৰ্ত্তাসেৱা-  যোৱা বছৰৰ তুলনাত এইবছৰৰ জুন মাহত ১০০ কোটি আৰু জুলাই মাহত ৩০০ কোটিৰো অধিক টকা মাছুল হিচাপে সংগ্ৰহ কৰিছে বিদ্যুত বিভাগে এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অতি শীঘ্ৰে বিদ্যুত বিভাগত নিযুক্তি পাব ১৬০০ যুৱক-যুৱতীয়ে। ২০২০ চনত ৪২১ কোটি টকা ৰাজহ সংগ্ৰহৰ বিপৰীতে চলিত বছৰৰ প্ৰথম ছমাহতে বিদ্যুত বিভাগে সংগ্ৰহ কৰিছে ৩৮০ কোটি টকা। BY UTPAL KALITA