গোসাইগাঁওৰ বিধায়কৰ মজেন্দ্ৰ নাৰ্জাৰীঅকাল মৃত্যুত অসমৰ ৰাজ্যপালে শোক প্ৰকাশ 

গোসাইগাঁওৰ বিধায়কৰ মজেন্দ্ৰ নাৰ্জাৰীঅকাল মৃত্যুত অসমৰ ৰাজ্যপালে শোক প্ৰকাশ

বাৰ্ত্তাসেৱা- অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে ,গোসাইগাঁওৰ বিধায়ক মজেন্দ্ৰ নাৰ্জাৰীঅকাল মৃত্যুত শোক প্ৰকাশ কৰিছে ।আজি এক বিবৃতিত অধ্যাপক মুখীয়ে কয়, “। মজেন্দ্ৰ নাৰ্জাৰীৰ দৰে ৰাজহুৱা প্ৰতিনিধি এটা হেৰুওৱাটো সঁচাকৈয়ে দুৰ্ভাগ্যজনক, যি এতিয়াও ৰাজ্যৰ মানুহক বহুত জ্ঞান দিৱলৈ  বাকী ৰৈ গ’ল। তেওঁৰ দৰে এজন কঠোৰ পৰিশ্ৰমী, প্ৰতিশ্ৰুতিবদ্ধ, সমৰ্পিত বিধায়কৰ মৃত্যু সমাজৰ এক মহান ক্ষতি। তেওঁ শোকসন্তপ্ত পৰিয়ালৰ সদস্যসকলৰ প্ৰতি আন্তৰিক সমবেদনা জ্ঞাপন কৰে আৰু প্ৰাৰ্থনা কৰে বিদেহী আত্মাৰ চিৰশান্তিৰ বাবে প্ৰৰ্থনা কৰে।