গোলাঘাট বাণিজ্য মহাবিদ্যালয় ত Nss ৰ দ্বাৰা বিনামূলীয়া ৰক্তদান শিবিৰ

গোলাঘাট বাণিজ্য মহাবিদ্যালয় ত Nss ৰ দ্বাৰা বিনামূলীয়া ৰক্তদান শিবিৰ

প্ৰস্তুতি শৰ্মা, গোলাঘাট, ৰঙিলী বাৰ্ত্তাসেৱা– যোৱা ৩ ফ্ৰেব্ৰুৱাৰী তাৰিখে গোলাঘাট বাণিজ্য মহাবিদ্যালয় ৰ অন্তৰ্গত nss ৰ দ্বাৰা বিনামূলীয়া ৰক্তদান শিবিৰ স্থাপন কৰা হয় । এই শিবিৰত মহাবিদ্যালয় ৰ বহু‌ সংখ্যক ছাত্ৰ-ছাত্ৰী য়ে ৰক্তদান কৰাৰ ওপৰিও মহাবিদ্যালয় ৰ ভালে কেইজন অধ্যাপকে ৰক্তদান কৰে । এনেদৰে এক সুন্দৰ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে মহাবিদ্যালয় ৰ অধ্যক্ষ। মহোদয়ে nss ৰ তত্ত্বাবধায়কক ধন্যবাদ জ্ঞাপন কৰাৰ ওপৰিও এনেধৰণৰ কাম সমূহ কৰি যাবলৈ উদ্গনি যোগায়। এই শিবিৰত Nss ৰ সভাপতি অধ্যাপক বিশ্বজ্যোতি দলে ৰ লগতে মহাবিদ্যালয়ৰ ভালে সংখ্যক প্ৰতিনিধি উপস্থিত থাকে