কৰ ফাঁকিৰ অভিযোগত তৃতীয় দিনৰ বাবে চনু সুদক জৰীপ আয়কৰ বিভাগৰ

pc- DNA India

কৰ ফাঁকিৰ অভিযোগত তৃতীয় দিনৰ বাবে চনু সুদক জৰীপ আয়কৰ বিভাগৰ

অনলাইন বাৰ্ত্তাসেৱা- আয়কৰ বিভাগে এটা কথিত ভূমি চুক্তিৰ ওপৰত পোনপটীয়াকৈ তৃতীয় দিনৰ বাবে অভিনেতা চনু সুদৰ জৰীপ কৰে। কৰ ফাঁকিদিয়াৰ অভিযোগত জৰীপ অভিযান আৰম্ভ কৰা হৈছে। বিষয়াসকলে তেওঁৰ মুম্বাইৰ বাসগৃহ নাগপুৰ,জয়পুৰত সম্পত্তিৰ জৰীপ কৰি আছে বুলি জানিব পৰা গৈছে।

 

(RT)